Featured

Assam Govt Exam Update! স্বাস্থ বিভাগৰ grade4 Exam 50নে100 নম্বৰৰ?||Lakhimpur Medical College Cutoff



Published
মন দি'ব বন্ধু-বান্ধবী সকল আমাৰ #JobForPeople Youtube চেনেলটো 55K Subscriber হোৱাৰ পিছত Youtube Team য়ে Removed কৰি দিছে ইতিমধ্য কোনো কাৰন নোহোৱাকৈ--! গতিকে যি সকল বন্ধু-বান্ধবীয়ে আমাৰ #JobForPeople চেনেলটি Subscribed কৰি ৰাখিছিলে সেই সকলো বন্ধু-বান্ধবীয়ে আমাৰ এই চেনেলটো Subscribed কৰি ল'ব Please.
ধন্যবাদ।
উৎপল ডেকা।


অসম স্বাস্থ্য বিভাগৰ Dhs Dhsfw Dme & Ayush ৰ বহুতো প্ৰাৰ্থীৰ Reject হৈছে Online Application Form! Admit নাহে বহুতৰে দি'ব নোৱাৰিব Exam! কিন্তু কিয়?? লগতে Assam Govt ৰ যি-কোনো বিভাগৰ যি-কোনো পুৰনি পদৰ Exam দি Result ৰ অপেক্ষাত থকা সকলৰ বাবেও আছে এক গুৰুত্বপূৰ্ণ নতুন সুখবৰ! মিছ নকৰিব কোনোৱে আজিৰ এই Video টো কোনো কাৰনতে--------------------------------------
https://youtu.be/BKJlp37XAMs



Grade-iv নিযুক্তিৰ খবৰ অসম চৰকাৰৰ ২৩ ৰ্মাচৰ ভিতৰত কৰিব লাগিব! Assam Govt Grade 4 jobs 2022 ---------------
-------------
https://youtu.be/u1H_8yyuolg




Assam Apdcl কৃষি,বন&বহুতো বিভাগৰ পুৰনি পদৰ এডমিট&Exam! মুঠ 27359 টা পদৰ নিযুক্তি #AssamBudget2022 ----------
------------

https://youtu.be/qHWPzXlr43Q




আহি গল তাৰিখ স্বাস্থ বিভাগৰ পৰীক্ষাৰ! //Assam Pnrd grade-iii 1004 & grade-iv 377 Vacancy Exam Admit ৰ খবৰও আহিল নতুনকৈ-------------

https://youtu.be/w0PURRYu5LM




Lakhimpur Medical কলেজৰ Grade-IV পদৰ 13 ৰ্মাচত Exam ৰ Syllabus আৰু সৰ্ম্পূণ Exam প্ৰক্ৰিয়া Details এইটো Video ত জানক--------------
------------
https://youtu.be/HtUA1eLwCNQ




অসম স্বাস্থ বিভাগৰ Grade-III আৰু Grade-IV 4 খন Advertisement Dme Dhs Dhsfw আৰু Ayush মিলাই মুঠ 3945 পদৰ Exam Date & মাহ Fixed. সাজু নে আপুনি??----------------
----------------------
https://youtu.be/WQpwdFt4fkU




স্বাস্থ বিভাগৰ অলপতে Apply হৈ যোৱা Dme 962 টা Dhs ৰ 2720 টা Dhsfw ৰ 207 টা আৰু Ayush ৰ 56 টা মুঠ 3945 পদৰ Exam এপ্ৰিলত! গতিকে Official Syllabus খন আজিয়ে Download কৰি চাই ল'ক! কি পড়িব? কি কিতাপ কিনিব! সকলো-----------
--------------
https://youtu.be/6NJ1RwMfPfM




Category
Health
Be the first to comment